ভূপেন্দ্ৰ সঙ্গীত

           সুধাকণ্ঠৰ কেতবোৰ জনপ্ৰিয় গীতহে ইয়াত সন্নিবিষ্ট কৰা হৈছে ৷ গীতসমূহৰ নামটোত ক্লিক কৰিলেই  আপোনাক এই ৱেবচাইটৰ পৰা Redirect কৰা হ’ব  http://bhupenhazarikadigitalarchive.org-লৈ যিটো ৱেবচাইট  তথ্য প্ৰযুক্তিবিদ্যা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ “ভাষাপ্ৰযুক্তি উন্নয়ন আৰু গৱেষণাগোট"ৰ অধীনত ডঃ ভূপেন হাজৰিকাদেৱৰ কিছুসংখ্যক গীতৰ কথা ডিজিটেল (ইউনিকোড ব্যৱহাৰ কৰি) মাধ্যমত সংৰক্ষণ কৰাৰ এক বিনম্ৰ প্ৰয়াস৷  
আমাৰ এই  ব্লগে এই মহান প্ৰয়াসক যথোচিত সন্মান প্ৰদান কৰি ৰাইজক তাৰ সোৱাদ ল’ব পৰাকৈ এটি পথহে মুকলি কৰি দিছে ৷ bhupenhazarikadigitalarchive.orgৰ লগত জড়িত সমূহ সুধীবৃন্দৰ ওচৰত আমি কৃতজ্ঞ  ৷

 সকলোবোৰ গীত ইয়াত ক্ৰম অনুসাৰে  সজোৱা হৈছে ৷ অনুগ্ৰহ কৰি আপুনি বিচৰা গীতটিৰ বাবে তললৈ  স্ক্ৰ’ল কৰি নিৰ্দিষ্ট বৰ্ণ (Alphabet)ৰ গীতবোৰ চাওক- 

ইয়াত উপলব্ধ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতসমূহ -

১) অ’ মিচিং ডেকাটি
২) অ’ বিদেশী বন্ধু
৩) অ’ মোৰ ধৰিত্ৰী আই
৪) অগ্নিযুগৰ ফিৰিঙতি মই
৫) অট’ৰিক্সা চলাওঁ
৬) অনামিকা বিদায়
৭) অসম আমাৰ ৰূপহী
৮) অসম দেশৰ বাগিচাৰে


৯) আকাশী গংগা বিচৰা নাই
১০) আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্ণিমান
১১) আমি অসমীয়া নহওঁ দুখীয়া
১২) আহ আহ ওলাই আহ


১৩) এই ধুনীয়া গধূলি লগন
১৪) এই পৃথিৱী এক ক্ৰীড়াঙ্গন
১৫) এই বিহুৰে উৰুকা নিশা
১৬) এটুকুৰা আলসুৱা মেঘ


১৭) কত জোৱানৰ মৃত্যু হ’ল
১৮) কঁপি উঠে কিয় তাজমহল
১৯) কপিলী কপিলী
২০) কঁহুৱা বন
২১) কি মায়াৰ জৰীৰে বান্ধিলা
২২) কোনে কয় মই অকলশৰীয়া
২৩) কোনে জানে তোমাৰ সপোন


১৭) গংগা মোৰ মা
১৮) গুপুতে গুপুতে কিমান
১৯) গাঁৱৰে জীয়ৰী সপোন সুন্দৰী
২০) গৌৰীপৰীয়া গাভৰু দেখিলো


২১) চিত্ৰলেখা চিত্ৰলেখা
২২) চিনাকি মোৰ মনৰ মানুহ
২৩) চিৰযুগমীয়া ঢৌ তুলি


২৪) জয় জয় ্অসমীৰ নতুন পুৰুষ
২৫) জুয়ে পোৰা তিৰাশীৰ
২৬) জিন্দাবাদ মেণ্ডেলা
২৭) জিলিকাব লুইতৰে পাৰ
২৮) জীৱনটো যদি অভিনয় হয়
২৯) জোনাকৰে ৰাতি


৩০) তুমি নতুন পুৰুষ
৩১) তুমি বিয়াৰ নিশাৰ
৩২) তেজ দিলা, প্ৰাণ দিলা
৩৩) তোমাৰ উশাহ কঁহুৱা কোমল
৩৪) তোমাৰ দেখো নাম পত্ৰলেখা


৩৫) দুয়ো মুখামুখি অতি সুখে সুখী
৩৬) দিহিঙে দিপাঙে
৩৭) দূৰ দিগন্তত ৰিণিকি দেখিছোঁ


৩৮) নতুন পুৰুষ নতুন পুৰুষ
৩৯) নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা
৪০) নৱ নৱ ব’হাগ আহে


৪১) পক্ষীৰাজ ঘোঁৰা
৪২) পলাশৰে ৰং
৪৩) পাগলাদিয়াৰ পাৰে পাৰে
৪৪) পাচলিৰ বাগিচা
৪৫) পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে
৪৬) প্ৰচণ্ড ধুমুহাই
৪৭) প্ৰতিধ্বনি শুনো মই
৪৮) প্ৰথম নহয় দ্বিতীয় নহয়
৪৯) প্ৰথম মৰমে যদি


৫০) বুকু হম হম কৰে
৫১) বনজুই বনতহে জ্বলে
৫২) ব’হাগ মাথোঁ এটি ঋতু নহয়
৫৩) বিমূৰ্ত মোৰ নিশাটি যেন
৫৪) বিস্তীৰ্ণ পাৰৰে
৫৫) বৰদৈচিলা নে সৰুদৈচিলা


৫৬) মই এটি যাযাবৰ
৫৭) মই যেতিয়া এই জীৱনৰ
৫৮) মৃত্যু সাৱটি সমাধি তলিত
৫৯) মদাৰৰে ফুল হেনো
৬০) মহাবাহু ব্ৰহ্মপুত্ৰ
৬১) মানুহে মানুহৰ বাবে
৬২) মিঠা মিঠা ব’হাগৰ
৬৩) মিলনৰে এই শুভ ক্ষণ
৬৪) মেঘে গিৰ গিৰ কৰে
৬৫) মোৰ গান হওক
৬৬) মোৰ গীতৰ হেজাৰ শ্ৰোতা


৬৭) যুগ যুগ ধৰি
৬৮) যদি জীৱনে কান্দে
৬৯) যুৱতী অনামিকা গোস্বামী


৭০) ৰং কিনিবা কোনে
৭১) ৰঙীন ৰঙীন এই জীৱন
৭২) ৰ’দ পুৱাবৰ কাৰণে
৭৩) ৰূম ঝুম নেপূৰ বজাই
৭৪) ৰম্ভা মেনকা
৭৫) ৰাইজ আজি ভাৱৰীয়া


৭৬) লুইতপৰীয়া ডেকা বন্ধু
৭৭) লুইতৰ বলিয়া বান
৭৮) লিয়েনমাকাও


৭৯) শংকৰ মাধৱৰ মহা সৃষ্টি
৮০) শ্বহীদ প্ৰণামো তোমাক
৮১) শ্বিলঙৰে গধূলি
৮২) শ্বিলঙৰে মনালিছা লিংড’
৮৩) শাৰদী ৰাণী
৮৪) শীতৰে সেমেকা ৰাতি
৮৫) শৈশৱতে ধেমালিতে
৮৬) শৰত কালৰ ৰাত্ৰি


৮৭) সহস্ৰজনে মোক প্ৰশ্ন কৰে
৮৮) সাগৰ সংগমত
৮৯) সেন্দূৰ সেন্দূৰ প্ৰভাতী সূৰুয
৯০) সোঁৱৰণি কুঁৱলী
৯১) সুৰাত মগন ভয়াল ৰাতি
৯২) স্নেহে আমাৰ


৯৩) হায়ৰে প্ৰাণেৰ বাছা মোৰ
৯৪) হে বান্ধ’ মই নিৰুপায়
৯৫) হে মোৰ অসমৰ শ্ৰোতা

আপুনি বিচৰা গীতটি যদি উপৰোক্ত তালিকাত উপলব্ধ নহয়, তেন্তে ইয়াত ক্লিক কৰক

No comments:

Post a Comment