জোনাকী জোনাকী বাটেৰে, চিনাকি চিনাকি খোজেৰে
জোনাকী জোনাকী বাটেৰে, চিনাকি চিনাকি খোজেৰে
তুমি নামি আহা মোৰ আকাশলে
সপোন সিঁচি দিয়া...
তুমিবিন মোৰ দিন লাগে অৰ্থবিহীন
তুমি জানো বুজা...
বাউলী মোৰে প্ৰিয়া... বাউলী মোৰে প্ৰিয়া...
বুকুতে মোৰ তুমি ৰোৱা... বাউলী মোৰে প্ৰিয়া...
(Music)
কি বুলি কওঁ... তাকে ভাবি নোকোৱাকে ৰওঁ
মন ভৰি ৰং... বাৰে বাৰে সামৰি থওঁ
মোৰ হিয়াৰ মৰমে নিয়ম নুবুজে
শিকলি ছিঙি যায়
গাঁৱে গাঁৱে বাগৰিছে আমাৰ প্ৰেমৰ কথা
তোমাকহে ক’ব পৰা নাই, সেয়ে বুকুত বেথা
তুমি নামি আহা মোৰ আকাশলে
সপোন সিঁচি দিয়া...
তুমিবিন মোৰ দিন লাগে অৰ্থবিহীন
তুমি জানো বুজা...
বাউলী মোৰে প্ৰিয়া... বাউলী মোৰে প্ৰিয়া...
বুকুতে মোৰ তুমি ৰোৱা... বাউলী মোৰে প্ৰিয়া...
(Music)
এটি সপোন... তুমি হ’বা মোৰে আপোন
তোমাৰ বাদে হিয়াতে থাকিবনো কোন
সপোনৰ গাড়ীখন চেঁকুৰে প্ৰতিক্ষণ
মৰমৰে বাটত

(এই গীতটিৰ ভিডিঅ’ৰ বাবে তলৰ ইউটিউব লিংকত ক্লিক কৰক)

মজা
ReplyDelete